Local, Vocal, Global

WATCH | MLA Rafiqul Islam : ‘গুণ্ডা বিধায়কক নাকী লগাব লাগিব মুখ্যমন্ত্ৰীয়ে’

নিউজ ডেস্ক,২৪ মাৰ্চ : ‘মুখ্যমন্ত্ৰীয়ে অসত্য কথাৰ আশ্ৰয় লৈ বিধায়কৰ লজ্জাজনক কাণ্ডক লুকুয়াবলৈ চেষ্টা কৰিছে’

‘গুণ্ডা বিধায়কক নাকী লগাব লাগিব মুখ্যমন্ত্ৰীয়ে’

‘মুখ্যমন্ত্ৰীয়ে কেৱল “চিট ভি মেৰী ,পদ ভি মেৰী” ভাৱি থাকিলে নহ’বঃ’ বিধায়ক ৰফিকুল ইছলাম(MLA Rafiqul Islam)

লগতে পঢ়ক : WATCH | Rupjyoti Kurmi :”মুখ্যমন্ত্ৰী মোক কৈছে আমাৰ বহুত দায়িত্ব আছে , গতিকে আমি ঠাণ্ডা মগজুৰে কাম কৰিব লাগিব”- ৰূপজ্যোতি কুৰ্মী