WATCH | Numal Momin : অসম বিধানসভাত নতুন নতুন ঘটনা দেখিবলৈ পাইছে অসমৰ জনতাই
নিউজ ডেস্ক,২৪মাৰ্চ : অসম বিধানসভাত নতুন নতুন ঘটনা দেখিবলৈ পাইছে অসমৰ জনতাই
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ(Numal Momin)
ইফালে আকৌ কোনে উপাধ্যক্ষ নোমল মমিনক আক্ৰমণ কৰিলে
বিধানসভাৰ মজিয়াত নোমল মমিনে কি ক’লে শুনক
লগতে পঢ়ক : WATCH | Heated situation in the Assam Legislative Assembly : সদনত কেইবাটাও বিষয়কলৈ উত্তপ্ত পৰিস্থিতি