WATCH | Akhil Gogoi : ‘২০২৬ৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীক হৰুৱাব লাগিব’-অখিল গগৈ
নিউজ ডেস্ক,২৪মাৰ্চ : ‘২০২৬ৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীক হৰুৱাব লাগিব’-অখিল গগৈ
‘মই মৰিয়নিত নেখেলো’। ‘কিন্তু যোগ্য প্ৰাৰ্থী দিম যিয়ে হেলাৰঙে ৰূপজ্যোতিক পৰাস্ত কৰিব'(Akhil Gogoi)।
‘মৰিয়নিৰ মানুহে ফোন কৰি আছে ইয়াক হৰুৱাব লাগে’
‘ৰূপজ্যোতিক কুৰ্মী মূৰত উঠি ললে’
‘৪-৫ বাৰ জিকি লৈ উৎপাতটো বেছি হৈছে’
পুনৰ গৰজি উঠিল অখিল গগৈ
’তেওঁৰ পৰিয়ালে ৪০ বছৰ মৰিয়নিৰ বিধায়ক হৈ আছে’
‘আজিলৈকে ধোদৰ আলিটো ভাল নেদেখিলো’
ৰূপজ্যোতি কুৰ্মীৰ ওপৰত আজিও আছে অখিল গগৈৰ খং
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ৰাজ্যত অনুষ্ঠিত নহ’ব পাৰে পঞ্চায়ত নির্বাচন