WATCH | Banned Cough Syrup Bottles Seized : মানকাচৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ কফ ছিৰাফ জব্দ
হাটশিঙিমাৰী,২৩মাৰ্চ : মানকাচৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ কফ ছিৰাফ জব্দ। দুজনক আটক।
নিশা মানকাচৰৰ আৰক্ষীয়ে কাকৰিপাৰাৰ পথত এখন স্কুটীত অভিযান চলাই বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ কৰে।
আৰক্ষীয়ে ২০০ টা কফ ছিৰাপৰ বটল জব্দ কৰাৰ লগতে দুজনক আটক কৰে(Banned Cough Syrup Bottles Seized)।
আৰক্ষীয়ে আটক কৰা যুৱক দুজন হ’ল মেঘালয়ৰ মহেন্দ্ৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মিৰিংগিপাৰা গাওঁৰ প্ৰীভিনাথ মাৰাং (৫০) আৰু একেখন গাওঁৰ জাইছেং ছাংমা (২৮)।
লগতে পঢ়ক : WATCH | Yaba Tablet Seized : মানকাচৰত জব্দ ২ কোটি টকাৰইয়াবা টেবলেট