WATCH | Akhil Gogoi : ‘মই খেলিলে ৰূপজ্যোতি কুৰ্মীয়ে কেতিয়াও জিকিব নোৱাৰে’
নিউজ ডেস্ক,২২মাৰ্চ : ‘ৰূপজ্যোতি কুৰ্মীয়ে হাৰিম বুলি ভয় খাই আছে, চিন্তাত আছে যে কংগ্ৰেছে নিদিলে বিজেপিও নিদিব নেকি?’
‘মই যদি মৰিয়নীত নিৰ্বাচন খেলো এয়াই ৰূপজ্যোতি কুৰ্মীৰ শেষ বিধানসভা হ’ব ‘
‘মই খেলিলে ৰূপজ্যোতি কুৰ্মীয়ে কেতিয়াও জিকিব নোৱাৰে’
বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ আচৰণৰ পিছতে কুৰ্মীক মৰিয়নী সমষ্টিত পৰাস্ত কৰাৰ হুংকাৰ বিধায়ক অখিল গগৈৰ(Akhil Gogoi)
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘ৰূপজ্যোতি কুৰ্মীৰ ভাষণ দিয়াৰ মাজত অখিল গগৈয়ে মাত মতা উচিত নাচিল ‘