Local, Vocal, Global

WATCH | Himanta Biswa Sarma : ‘ৰূপজ্যোতি কুৰ্মীৰ ভাষণ দিয়াৰ মাজত অখিল গগৈয়ে মাত মতা উচিত নাচিল ‘

নিউজ ডেস্ক,২২মাৰ্চ : ‘ৰূপজ্যোতি কুৰ্মী নিপীড়িত, নিষ্পেষিত জনগোষ্ঠীৰ পৰা অহা নেতা,ভাষণ দিবলৈ সুবিধা পাইছে’

‘ৰূপজ্যোতি কুৰ্মীৰ ভাষণ দিয়াৰ মাজত অখিল গগৈয়ে মাত মতা উচিত নাচিল ‘

‘ৰূপজ্যোতি কুৰ্মীয়ে ভুল কৰিছে’

ৰূপজ্যোতিৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য(Himanta Biswa Sarma)

লগতে পঢ়ক : WATCH | Sherman Ali Ahmed : ‘বিৰোধী বিধায়কে মুখ মেলিলেই নিলম্বন কৰা হয়’