Local, Vocal, Global

WATCH | Dhemaji News : সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজী অভিৱৰ্তন আজি দ্বিতীয় দিনা

ধেমাজি,২২ মাৰ্চ : সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজী অভিৱৰ্তন আজি দ্বিতীয় দিনা।

ধেমাজী অভিৱৰ্তন টেলিজানৰ চুহুংমুং ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে অভিৱৰ্তনৰ ।

উজনি অসম আৰু উত্তৰ অসমৰ পৰা দিহিঙীয়া বংশৰ প্ৰায় ১৪ টা ফৈদৰ লোক সকলে ধেমাজী চুহুংমুং ক্ষেত্ৰত সমাগত হয়(Dhemaji News)।

পুৱা ১০ বজাত আৰম্ভ হৈছে পতকা উত্তোলন আৰু মৈদামত তৰ্পণ৷ বংশ পৰিচয় আৰু বুৰঞ্জী আলোচনা কৰা হয়৷ সেই দৰে নীতি নিয়মেৰে চাও চেং ৰেণত পুজা আদি হৈছে৷ শ শ লোকে নিজৰ পৰিয়ালৰ পৰিচয় আৰু মনৰ আবেগিক বোৰ বিনিময় কৰিবলৈ সুবিধা খিনি ৰাইজে গ্ৰহণ কৰে ৷

লগতে পঢ়ক :WATCH | Sipajhar News : ছাত্ৰ প্ৰহাৰত মৃত্যু হোৱা প্ৰয়াত ছাত্ৰ ভৱেশ ডেকাৰ পিতৃ-মাতৃক মুখ্যমন্ত্রীৰ চেক প্ৰদান বিধায়কৰ