WATCH | Himanta Biswa Sarma : ‘আপোনালোকৰ মানসিকতা সলনি কৰক”
নিউজ ডেস্ক,২২মাৰ্চ : ‘আপোনালোকৰ মানসিকতা সলনি কৰক”
‘মই সুৰাৰ দোকান খোলাৰ কথা কোৱা নাই”
‘নিশা একাংশ আৰক্ষীয়ে দোকানীৰ লগত বেয়া ব্যৱহাৰ কৰাৰ কাৰণেহে এই কথা কোৱা হৈছিল”
সুৰাৰ দোকান আৰু নিশা ১২ বজালৈকে দোকান খোলাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তুব্য(Himanta Biswa Sarma)
লগতে পঢ়ক : WATCH | Sudhanshu Trivedi : ২৪ ঘন্টাৰ ভিতৰত বিজেপিৰ সাংসদক ক্ষমা খুজাৰ দাবী