WATCH | Nagaon News : ডিমৰুগুৰি গাঁও পঞ্চায়ত কাৰ্য্যালয় প্ৰাংগনত প্ৰথম গাওঁসভাৰ আয়োজন
নগাঁও,২২মাৰ্চ : ডিমৰুগুৰি গাঁও পঞ্চায়ত কাৰ্য্যালয় প্ৰাংগনত প্ৰথম গাওঁসভাৰ আয়োজন।
খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত মাজৰআটি হুজ গাঁও পঞ্চায়তৰ উদ্যোগত উক্ত প্ৰথম গাওঁসভা অনুষ্ঠানটিৰ আয়োজন কৰা হয়।
উল্লেখ্য যে উক্ত অনুষ্ঠানটি আৱাস প্লাছ ২০২৪ ৰ জৰীপ আৰু প্ৰাৰম্ভিক হিতাধিকাৰী চিনাক্তিকৰণৰ সজাগতাৰ ওপৰত লক্ষ্য কৰি অনুষ্ঠানটিৰ আয়োজন কৰা হয় ।
জিঅটেগৰ জৰিয়তে নিৰীক্ষণ কৰি উপযুক্ত হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা পাবলৈ সক্ষম হ’ব(Nagaon News)।
উক্ত অনুষ্ঠানটিত দুখন ৰাজহ চক্ৰৰ গাঁও প্ৰধান, জীৱিকা সখী মহিলা সকল উপস্থিত থকাৰ লগতে আন আন বিষয়ববীয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Rakibul Hussain : ‘বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদী হৈছে অৰ্ধজ্ঞানী’