WATCH | Dibrugarh News : ডিব্ৰুগড়ত উত্তৰ পূৱ খিলঞ্জীয়া মঞ্চ আৰু খিলঞ্জীয়া মঞ্চ, অসমৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন
ডিব্ৰুগড়,২২মাৰ্চ : ডিব্ৰুগড়ত উত্তৰ পূৱ খিলঞ্জীয়া মঞ্চ আৰু খিলঞ্জীয়া মঞ্চ, অসমৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন ।
জকাই বন কৈৱৰ্ত গাঁৱত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত উত্তৰ-পূৱ খিলঞ্জীয়া মঞ্চ আৰু খিলঞ্জীয়া মঞ্চ, অসমৰ অধিৱেশনৰ আজি দ্বিতীয় দিন।
আজি দ্বিতীয় তথা সামৰণি দিনা ১১ বজাত বৰ্ণিত সাংস্কৃতিক যাত্ৰা শুভ উদ্বোধন কৰে উত্তৰ পূৰ্ব খিলঞ্জীয়া গণমঞ্চ অনুপ চেতিয়াই(Dibrugarh News)।
ইয়াৰ পাছতে অনুষ্ঠিত হ’ব মুকলি সভা । উক্ত মুকলি সভাত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে প্ৰতিনিধিৰ উপস্থিতিত Jokai Declaration নামেৰে এক প্ৰস্তাৱ (জকাই ডিকলাৰেচন) ঘোষণা কৰিব। এই অনুষ্ঠানতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব।
লগতে পঢ়ক : WATCH | Rakibul Hussain : মিনি বাংলাদেশ কাণ্ডকলৈ প্ৰথমটো প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ