WATCH | Goalpara News : গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
গোৱালপাৰা,২২মাৰ্চ : গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী মহিলাৰ ।
গোৱালপাৰা অসামৰিক চিকিৎসালয়ত এক্সৰে কৰিবলৈ যোৱা এগৰাকী মহিলাৰ পৰা ১০০ টকা লোৱাৰ অভিযোগ ভুক্তভোগীৰ।
ভুক্তভোগী মহিলা এজনে কোৱা অনুসৰি এক্সৰে কৰাৰ নামত ১০০ টকা দিছিল তিনি দিন পূৰ্বে কিন্তু তিনি দিন পাৰ হৈ যোৱাৰ পিছতো ৰিপোৰ্ট পোৱা নাই। ইফালে ৰিপোৰ্ট নোপোৱাৰ বাবে এগৰাকী বৃদ্ধাই খং কৰি ৰিপোৰ্ট নোলোৱা কৈয়ে গুছি গৈছে বুলি কয় মহিলা গৰাকীয়ে(Goalpara News)।
লগতে পঢ়ক : WATCH | Python spotted roaming in Dergaon : দেৰগাঁও নগৰৰ ১নং ৱাৰ্ডত বিচৰণ বৃহৎ আকাৰৰ অজগৰ