WATCH | Nalbari News : আলফা স্বাধীনৰ নামত ধন দাবী কৰি বেলশৰ আৰক্ষীৰ জালত যুৱক
নলবাৰী,২০মাৰ্চ : আলফা স্বাধীনৰ নামত ধন দাবী কৰি বেলশৰ আৰক্ষীৰ জালত যুৱক।
তিনিচুকীয়াৰ ফিলবাৰীৰ পৰা বেলশৰ আৰক্ষীয়ে আটক কৰে যুৱকজনক।
ধন দাবী কৰি আটক হোৱা ধৃত যুৱকজন তিনিচুকীয়াৰ সঞ্জয় ৰায়(Nalbari News)।
কিছুদিন পূৰ্বে নলবাৰী বনগাঁওৰ এগৰাকী যুৱকক ধৃত সঞ্জয় ৰায়ে কৰিছিল ধন দাবী।
আনহাতে ধৃত সঞ্জয় ৰায়ৰ বিৰুদ্ধে আছে বিভিন্ন সময়ত ধন দাবীৰ অভিযোগ।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত অষ্ট শ্বহীদক সুঁৱৰিলে সদৌ জামুগুৰি ছাত্ৰ সন্থাই