Local, Vocal, Global

WATCH | Rabha Hasong Autonomous Council : ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত NDAৰ প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী

বকো,২০মাৰ্চ : ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত NDAৰ প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী।

বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী(Rabha Hasong Autonomous Council)।

২৩ নং খলিহাকোঠ সমষ্টিত জয়ী নগৰৰ্মল স্বৰ্গীয়াৰী।

২৫ নং হাহিম সমষ্টিত জয়ী সোণাৰাম ৰাভা।

দুয়োটা সমষ্টিৰ পৰাই কংগ্ৰেছ প্রার্থী ভোগলাল ৰাভা,হৰেশ্বৰ বড়োৰ মনোনয়ন প্ৰত্যাহাৰ ।

লগতে পঢ়ক : WATCH | Sensational incident : পোহৰলৈ আহিল চাৰিদুৱাৰৰ কলাপাহাৰ গাঁৱত যুৱতীৰ আত্মহত্যাৰ চাঞ্চল্যকৰ তথ্য