Local, Vocal, Global

WATCH | Rakibul Hussain : সাংসদ ৰকিবুল হুছেইনৰ মুখত ভূপেন দাৰ গীত

নিউজ ডেস্ক,২০মাৰ্চ : সংসদত সাংসদ ৰকিবুল হুছেইনৰ মুখত

লুইতৰ বলিয়া বান
তই ক’লৈনো ঢাপলি মেলিছ?
হিৰ হিৰ শব্দে কাল ৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ….?

প্ৰয়াত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ গীতৰ কলিৰে সংসদত উত্থাপন অসমৰ বান সমস্যা । ব্ৰহ্মপুত্ৰৰ বান প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়লৈ বিশেষ আহ্বান কংগ্ৰেছৰ সাংসদগৰাকীৰ(Rakibul Hussain)।

লগতে পঢ়ক : World Sparrow Day 2025 : আজি বিশ্ব ঘৰচিৰিকা দিৱস