WATCH | Akhil Gogoi :”কেৱল ভোটৰ লালসাত,ভোট লাভ কৰাৰ স্বাৰ্থত বিজেপিয়ে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লৈছে”
নিউজ ডেস্ক,২০নাৰ্চ : “বিজেপি চৰকাৰে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লোৱা সিদ্ধান্ত আমি বিৰোধিতা কৰোঁ”
“অসমত বিহাৰ দিৱস উদযাপন কৰাৰ কোনো অৰ্থ নাই”
“অসম দিৱস কেতিয়াও বিহাৰে পতা নাই”
“কেৱল ভোটৰ লালসাত,ভোট লাভ কৰাৰ স্বাৰ্থত বিজেপিয়ে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লৈছে”
অসমত বিহাৰ দিৱস উদযাপনৰ বিৰোধিতাৰে গৰজি উঠিল অখিল গগৈ(Akhil Gogoi)
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : মুখ্যমন্ত্ৰীত ওচৰত পাই কি অনুৰোধ কৰিলে আইতাই