Local, Vocal, Global

WATCH | Massive fire breaks out: লামডিং নিউকলোনি পাম্প হাউচ ৰ’ড অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড

লামডিং,২০মাৰ্চ : লামডিং নিউকলোনি পাম্প হাউচ ৰ’ড অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড।

নিউকলোনি পাম্প হাউচ ৰ’ড অঞ্চলৰ এটা বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।

অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ । কেইবা লক্ষাধিক টকাৰ সামগ্ৰী জ্বলি ছাই হয়( Massive fire breaks out)।

দুই খনকৈ অগ্নি নিৰ্বাপক বাহিনী সহায়ত প্ৰায় এক ঘণ্টাৰ পিছত জুই নিয়ন্ত্ৰণ কৰে ৷

জুই লগাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই।

লামডিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।