WATCH | Dergaon News : দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী মুৰ্দাবাদ ধ্বনিয়ে উত্তাল প্ৰতিবাদ

দেৰগাঁও,১৯ মাৰ্চ : দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী মুৰ্দাবাদ ধ্বনিয়ে উত্তাল প্ৰতিবাদ।
দেৰগাঁও সমজিলা কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ(Dergaon News)।
বিধবা,বিকলাংগ মহিলাৰ অৰুণোদয় আঁচনি নাম কৰ্তন কৰা অভিযোগত এই প্ৰতিবাদ।
শ শ মহিলাই দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত।
দেৰগাঁও সমষ্টিৰ অন্তৰ্গত মধ্য ব্ৰহ্মপুত্ৰ আৰু পশ্চিম ব্ৰহ্মপুত্ৰ, পঞ্চায়তৰ অন্তৰ্গত মহিলা সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে।
অৰুণোদয় নোপোৱা পৰ্যন্ত প্ৰতিবাদ উঠাই নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰি সকলৰ।
লগতে পঢ়ক : WATCH | PMAY scheme : যোৰহাটত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আৱণ্টন পত্ৰ বিতৰণ হিতেন্দ্ৰ নাথ গোস্বামীৰ