WATCH | Nalbari News: বৰক্ষেত্ৰীৰ মধ্য কাজিয়া চৰত মাকৈ খেতিৰে কৃষি বিপ্লৱ
নলবাৰী,১৯মাৰ্চ : চৰাঞ্চলত আৰম্ভ হৈছে কৃষি বিপ্লৱ। বৰক্ষেত্ৰীৰ মধ্য কাজিয়া চৰত মাকৈ খেতিৰে কৃষি বিপ্লৱ । মাকৈ খেতি কৰি লাভবান চাদ্দাম হুছেইন ।
বিভিন্ন প্ৰান্তৰ কৃষকে ভিৰ কৰিছে চাদ্দামৰ মাকৈ খেতি চাবলৈ। ১৮-২০ কুইণ্টল উৎপাদন পাবলৈ সক্ষম কৃষকজনে(Nalbari News)।
AGR Pioneer Seeds PVT LTD, গোৱালপাৰাৰ পৰা শঙ্কৰাচাৰ্য ৰাভা আহিল মাকৈ খেতি পৰিদৰ্শন কৰিবলৈ।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : মঙলদৈত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন পত্ৰ বিতৰণ কাৰ্যসূচী