Local, Vocal, Global

WATCH | Sonapur News : কাহিলিপাৰাত থকা 10APBN শিবিৰ সোণাপুৰৰ কঁচুতলিতলৈ স্থানন্তৰ কৰা সিদ্ধান্তক লৈ অসন্তুষ্টি দল সংগঠনৰ

সোণাপুৰ,১৯ মাৰ্চ : কাহিলিপাৰাত থকা 10APBN শিবিৰ সোণাপুৰৰ কঁচুতলিতলৈ স্থানন্তৰ কৰা সিদ্ধান্তক লৈ অসন্তুষ্টি দল সংগঠনৰ । চৰকাৰী সিদ্ধান্তক অসন্তুষ্টি প্ৰকাশ কৰে ডিমৰীয়াৰ কেইবাটাও দল সংগঠনে ।

ডিমৰীয়াৰ খিলঞ্জীয়া লোকৰ ভূমি সংৰক্ষণ কৰক, আমাক 10 APBN নালাগে।

এই উদ্দেশ্যে ডিমৰীয়া জিলা ট্ৰাইবেল সংঘত ডিমৰীয়াৰ বিভিন্ন দল সংগঠনে এক সংবাদ মেল সম্বোধন কৰে ।

লগতে পঢ়ক : WATCH | New Born Baby Dead Body Found : পাষাণ লোকৰ নিকৃষ্ট কাণ্ড !মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ