WATCH | Bilasipara News : AIUDF ৰ বিধায়ক ছামছুল হুদাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেশী জনগোষ্ঠী মঞ্চৰ
বিলাসীপাৰা,১৯মাৰ্চ : AIUDF ৰ বিধায়ক ছামছুল হুদাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেশী জনগোষ্ঠী মঞ্চৰ।
গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভুগী সহিদুৰ ৰহমানৰ(Bilasipara News)।
ভূক্তভোগী সহিদুৰ ৰহমান দেশী হোৱাৰ বাবেই বিধায়ক ছামছুল হুদাই আক্ৰমণ কৰিছে।
দেশী অঞ্চলত AIUDF ৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা দেশী জনগোষ্ঠীয় মঞ্চৰ।
অতিশীঘ্ৰে বিধায়ক ছামছুল হুদাক গ্ৰেপ্তাৰ ৰ দাবী উত্থাপন কৰে সংগঠনটোয়ে।
লগতে পঢ়ক : WATCH | Dhemaji News : ধেমাজিত দিহিঙীয়া সকলৰ বংশাৱলীৰ প্ৰস্তুতি