WATCH | Road Accident : বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা;আহত স্কুলীয়া ছাত্ৰীসহ ৫ জন
বিলাসীপাৰা,১৮মাৰ্চ : বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। চিৰাকুটা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত মেজিক আৰু অ’টোৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত স্কুলীয়া ছাত্ৰীসহ ৫ জন আহত।
স্কুলীয়া ছাত্ৰী মেহেৰুন নেছা ৰহমান অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ(Road Accident)।
দুৰ্ঘটনা সংঘটিত কৰা মেজিকৰ নম্বৰ AS26C 4822, অ’টোৰ নম্বৰ AS17B 5974 ।
লগতে পঢ়ক : WATCH | Hatsingimari News : হাটশিঙিমাৰীত আছুৰ ড্ৰাগছৰ বিৰোধী সজাগতা সমদল