Local, Vocal, Global

WATCH | Dibrugarh News : ডিব্ৰুগড়ত আছুৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সমদল

ডিব্ৰুগড়,১৮মাৰ্চ : ডিব্ৰুগড়ত আছুৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সমদল।

নৱ প্ৰজন্মক শেষ কৰা ড্ৰাগছৰ ব্যৱহাৰ সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো ক্ৰমানৰে বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত সংখ্যা। সদৌ অসম ছাত্ৰ সন্থা,অসম উন্নতি সভা,অসম সেনাৰ আহ্বান মৰ্মে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় ৰাইজৰ সহযোগত আজি ডিব্ৰুগড়ত এক ড্ৰাগছ বিৰোধী সজাগতা সমদল বাহিৰ কৰে । ডিব্ৰুগড় পুৰণি ৰে’ল ষ্টেচনৰ পৰা মহানগৰখনত এই সজাগতা সমদল উলিয়ায়(Dibrugarh News)।

লগতে পঢ়ক : WATCH | Heavy Storm : চাবুৱাত নিশা বিধ্বংসী ধুমুহা