WATCH | Dhemaji News : গোগামুখত BMS শ্ৰমিক ইউনিয়নৰ ধেমাজি জিলা সমিতি গঠন
ধেমাজি,১৭মাৰ্চ : গোগামুখত BMS শ্ৰমিক ইউনিয়নৰ ধেমাজি জিলা সমিতি গঠন।
সোমবাৰে গোগামুখ ৰাজহুৱা প্ৰেক্ষাগৃহত ভাৰতীয় মজদুৰ সংঘ চমুকৈ BMS ধেমাজি জিলাৰ সমিতি গঠন কৰা হয়।
১৯৫৫ চনত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় মজদুৰ সংঘ শ্ৰমিক সকলৰ সুৰক্ষা ,অধিকাৰ লগতে শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধান ক্ষেত্ৰ মাত মাতি অহা অন্যতম সংঘ ভাৰতীয় মুজদুৰ সংঘ( Dhemaji News)।
আজি গোগামুখত এখন শক্তিশালী সমিতি গঠন কৰি ধেমাজি জিলাৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমূ্হ সমাধানৰ ক্ষেত্ৰ গুৰুত্বপূৰ্ণ ভাৱে আলোচনা কৰে। উক্ত সভাত সংঘৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ দাস ,ৰাজ্যিক সমিতি উপ সভাপতি ,জিলা সমিতি বিষয়ববিয়া সকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Sipajhar News: দৰং জিলা কেওট সন্মিলনৰ অন্তৰ্গত পাথৰিঘাট শাখাৰ ৭০ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি