Local, Vocal, Global

WATCH | Guwahati News : দিছপুৰ আৰক্ষী চকীত ভিৰ লাগিছে চোৰৰ

নিউজ ডেস্ক,১৭মাৰ্চ : দিছপুৰ আৰক্ষী চকীত ভিৰ লাগিছে চোৰৰ

দিছপুৰ আৰক্ষীৰ জালত পৰিছে বৃহত্‍ গাড়ী চুৰি চক্ৰ

বহিঃৰাজ্যৰ পৰা অহা চোৰে মাত্ৰ ৪৫ ছেকেণ্ডতেই লৈ উধাও হয় আপোনাৰ বাহন(Guwahati News)

কেনেকৈ চোৰে ৪৫ ছেকেণ্ডতেই বাইক লৈ উধাও হয় শুনক আৰক্ষীৰ মুখেৰে

লগতে পঢ়ক : WATCH | Ranoj Pegu : ১৮ মাৰ্চৰ পৰা মুকলি হ’ব শিক্ষক বদলিকৰণ পোৰ্টেল