Local, Vocal, Global

WATCH | Dibrugarh News : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ চি চি টিভি ভাঙি কাৰাৰুদ্ধ হোৱা দুই খালিস্থানীৰ জামিন লাভ

ডিব্ৰুগড়,১৭ মাৰ্চ : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত চিচি টিভি ভাঙিবলৈ চেষ্টা কৰা আৰু কাৰাগাৰ কাৰ্যালয়ত বলপূৰ্বক প্ৰৱেশ কৰি মেইল চাবলৈ বিচৰা এক গোচৰ ৰুজু হৈছিল দুই খালিস্থানী নেতা বসন্ত সিং আৰু বৰিন্দ্ৰ সিঙৰ বিৰুদ্ধে(Dibrugarh News)।

এই সন্দৰ্ভত ডিব্ৰুগড় PS 99/24 এক গোচৰ ৰুজু হৈছিল ডিব্ৰুগড় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা দুই খালিস্থানী বিৰুদ্ধে । আজি বিয়লি এই দুইজন অভিযুক্তই জামিন লাভ কৰে।

লগতে পঢ়ক : WATCH | Road Accident : চাপৰ ৰজাৰৰ মাজমজিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা