WATCH | Delhi News : পবিত্ৰ ৰমজান মাহত খালী পেটেৰে মোদী চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদ
নিউজ ডেস্ক,১৭মাৰ্চ : দিল্লীত উত্তপ্ত পৰিস্থিতি ।
পবিত্ৰ ৰমজান মাহত খালী পেটেৰে মোদী চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদ।
মুছলমানৰ প্ৰতিবাদত উত্তাল দিল্লীৰ যন্তৰ-মন্তৰ(Delhi News)।
চৰকাৰ গঠন কৰিয়েই দিল্লীত বিপদৰ সন্মুখীন বিজেপি ।
কোনোপধ্যেই ৱাকফ সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ ।