Local, Vocal, Global

WATCH | Gaurav Gogoi : “মই ভাবিছিলো তেওঁ বৰপেটা আৰু বটদ্ৰৱা সত্ৰলৈ যাব বুলি”

নিউজ ডেস্ক,১৬মাৰ্চ : “যি দলে জয়শ্ৰী ৰাম ধ্বনি দিয়ে,সেই দলে আজি হৰেকৃষ্ণ ধ্বনি দিবলৈ পাহৰি গ’ল”

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মন্তব্য গৌৰৱ গগৈৰ(Gaurav Gogoi)

“ফাকুৰ দিনা এনে চৰকাৰী অনুষ্ঠান অশোভনীয়”

“মই ভাবিছিলো তেওঁ বৰপেটা আৰু বটদ্ৰৱা সত্ৰলৈ যাব বুলি”

“অসমীয়া পৰম্পৰাত কৈ গৃহমন্ত্ৰীক অধিক গুৰুত্ব দিয়া দেখা গ’ল”

“এইবোৰ অশোভনীয়” – সাংসদ গৌৰৱ গগৈ

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ চকী ঘাটত ছাগলী চোৰৰ সন্ত্ৰাস