Local, Vocal, Global

WATCH | Road Accident : বুলেটৰ খুন্দাত গুৰুতৰভাবে আহত এজন চাইকেল আৰোহী

চতিয়া,১৬মাৰ্চ : চতিয়াৰ নাগশংকৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

বুলেটৰ খুন্দাত গুৰুতৰভাবে আহত এজন চাইকেল আৰোহী(Road Accident)।

আহত বাইক আৰোহী জন জামুগুৰিহাটৰ কোৱামৰাৰ ৰাজ প্ৰণয় দাস বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলিলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : WATCH | Road Accident : বলেৰ বাহন আৰু পালচাৰ বাইকৰ মাজত সংঘৰ্ষ;নিহত এজন