Local, Vocal, Global

WATCH | Himanta Biswa Sarma : নগাঁৱত নিৰ্মাণৰত ড° ভূপেন হাজৰিকা কলাতীৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,১৬মাৰ্চ : নগাঁৱত নিৰ্মাণৰত ড° ভূপেন হাজৰিকা কলাতীৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

নিশা দেৰগাঁৱৰ পৰা উভতি অহাৰ সময়ত নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে(Himanta Biswa Sarma)।

৩২ কোটি ২০ লাখ টকাৰে পুঁজিৰে নিৰ্মাণ হ’ব ভূপেন হাজৰিকা কলাতীৰ্থ।

লগতে পঢ়ক :ATCH | Conrad Sangma :‘USTM মেঘালয়ৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়’