WATCH | Amit Shah: গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমক লৈ বৃহৎ ঘোষণা
নিউজ ডেস্ক,১৫মাৰ্চ : গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমক লৈ বৃহৎ ঘোষণা
অসমত নাথাকিব পিছপৰা কোনো ঠাই
৮ লাখ কোটিৰে সলনি হৈ যাব অসমৰ ৰূপ(Amit Shah)
লাখ লাখ চাকৰি ওলাব অসমৰ নিবনুৱাৰ যুৱক-যুৱতীৰ বাবে
ইতিমধ্যে ৫ লাখ কোটি টকাৰ mou স্বাক্ষৰ হৈছে
১ হাজৰ কোটি টকাৰে মাজুলীৰ ৰূপ সলনি কৰবি চৰকাৰে
৯ হাজাৰ কোটি টকাৰে ৰেলৱেৰ উন্নয়ন
৩৮২ কোটৰে নেশ্বনেল হাইৱেৰ কাম আৰম্ভ
এই ৮ লাখ কোটিৰে অসমৰ ৰূপ জাকত জিলিকা হ’ব
ডাগীৰোডৰ কাম ক্ষীপ্ৰ গতিত চলিছে
চলি আছে হাইৱে-ৰেলৱে, আন্তঃগাথনিৰ কাম
১ হাজৰ কোটি টকাৰে মাজুলীৰ ৰূপ সলনি কৰবি চৰকাৰে
৩৮২ কোটৰে নেশ্বনেল হাইৱেৰ কাম আৰম্ভ
৯ হাজাৰ কোটি টকাৰে ৰেলৱেৰ উন্নয়ন
তামোলপুৰ, নলবাৰী, খোকৰাঝাৰ ধুবুৰীত মডিকেল কলেজ
লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়াত ১০২তম ৰাজহুৱা দৌল মহোৎসৱ