WATCH | Brutally beaten incident occurred in Bilasipara : বিলাসীপাৰাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা
বিলাসীপাৰা,১৫মাৰ্চ : বিলাসীপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা। শগুণমাৰী দ্বিতীয় খণ্ড গাঁৱত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। মাৰপিটত আহত দুই ফৈদৰ কেইবাজনো লোক।
শগুণমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাক লৈ সৃষ্টি হয় ৰণক্ষেত্ৰৰ। পৰিস্থিতি ইমানে ভয়ংকৰ হৈ পৰে যে যিয়ে যাক যেনেকৈ পাৰিছে, তেনেকৈয়ে মাৰিছে।
শগুণমাৰীৰ এই ভয়ংকৰ মাৰপিটৰ ঘটনাৰ এক্সক্লুছিভ দৃশ্য বন্দী হৈছে কেমেৰাত। চাওঁক-পৃথক পৃথকে হোৱা এই ভয়ংকৰ ৰণক্ষেত্ৰৰ দৃশ্য। শেষত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়(Brutally beaten incident occurred in Bilasipara)।
ভয়ংকৰ মাৰপিটৰ ঘটনাত আহত সকলক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: WATCH | Nagaon News : উদুলি- মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা