WATCH | Doul Festival : নিশা ২০ খনৰো অধিক দৌল মহোৎসৱত অংশ ললে বিধায়ক ভৱেশ কলিতাই
হাজো,১৫মাৰ্চ : দৌল মহোৎসৱক লৈ উখল মাখল ৰাজ্য।
কামৰূপৰ বিভিন্ন দৌল মহোৎসৱত নিশা দেখা হল আধ্যাত্মিক পৰিবেশ।
কৃষ্ণ বন্দনাৰে মুখৰিত হ’ল সকলো মহোৎসৱস্থলী।
আন কেইবাখনো মহোৎসৱত পৰিবেশন কৰা হ’ল নাগাৰা নাম(Doul Festival)।
নিশা ২০ খনৰো অধিক দৌল মহোৎসৱত অংশ ললে বিধায়ক ভৱেশ কলিতাই।
দৌল মহোৎসৱত অংশ লৈ গৃহমন্ত্ৰীৰ অসম ভ্ৰমনক জনালে স্বাগতম ।
ৰাভা হাচং নিৰ্বাচনত BJP মিত্ৰজোটে ভাল ফল দেখুৱাব বুলি দাবী কৰিলে বিধায়ক কলিতাই।
লগতে পঢ়ক : WATCH | Road Accident : হোলীৰ আনন্দ উল্লাসৰ মাজতে জয়সাগৰ- লাউঠাৰীত ভয়াবহ দুৰ্ঘটনা