Local, Vocal, Global

Watch | Waterlogged in Sonari: সোণাৰিত জলবন্দী এটা পৰিয়াল

সোণাৰি: সোণাৰি পৌৰ সভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ড ভৱানীপুৰ অঞ্চলটোত পানী নিষ্কাশনত উপযুক্ত ব্যৱস্থা নথকাৰ বাবে সামান্য এজাক বৰষুণ দিলেই জলবন্দী হৈ পৰে স্তানীয় ৰাইজ। অঞ্চলটোৰ কৰদাতা ৰাইজে সোণাৰি পৌৰসভাক সমস্যাটো সমাধানৰ বাবে কেইবাবাৰো আবেদন নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত সুফল লাভ কৰা নাই। উপায়ন্তৰ হৈ বিষয়টো চৰাইদেউ জিলাৰ আয়ুক্ত আৰু মুখ্যমন্ত্ৰী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুক্তভোগী ৰাইজে।