Watch | In Dergaon, the festival of colours, Fakua Urjapan: দেৰগাঁৱত ৰঙৰ উৎসৱ ফাকুৱা উৰ্যাপন
দেৰগাঁৱ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দেৰগাঁৱটো উৰ্যাপন হৈছে আবিৰৰ উৎসৱ ফাকুৱা। ৰঙৰ উৎসৱ ফাকুৱাক লৈ সকলোতে আজি উখল-মাখল পৰিৱেশ। ৰঙৰ উৎসৱে সকলোৰে জীৱন ৰঙীন কৰি কঢ়িয়াই আনক আনন্দ, শান্তি আৰু সমৃদ্ধিৰ নতুন বতৰা ।