Local, Vocal, Global

Watch | Daul festival organized at Hajo in Kamrup district: কামৰূপ জিলাৰ হাজোত দৌল উৎসৱৰ আয়োজন

কামৰূপ: দৌল মহোৎসৱক লৈ উখল-মাখল ৰাজ্য। কামৰূপ জিলাৰ হাজোকে ধৰি বিভিন্ন প্ৰান্তত দৌল উৎসৱৰ আয়োজন।পৰম্পৰা ৰক্ষা কৰি দৌল মহোৎসৱ উপলক্ষে নবুৰ্কা সত্ৰ প্ৰাংগণত প্ৰজ্বলন হল ভেলাঘৰ। সম্পূৰ্ণ অধ্যত্মিক পৰিবেশৰ মাজত নিশা আৰম্ভ হল এই দৌল মহোৎসৱ। এই দৌল মহোৎসৱ কাৰ্যসূচী শুভাৰম্ভ কৰে আছুৰ প্ৰাক্তন উপ সভাপতি ধৰ্মেশ্বৰ দাসে। তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচী ৰে আৰম্ভ হোৱা এই দৌল মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত সমবেত হ’ব।