Watch | North guwahati doul Utshab: উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱ
উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱ। প্ৰতিকুল বতৰৰ মাজতো ভক্তৰ পাৰ ভঙা উচাহ। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী। পূৰ্বৰ দৰে এইবাৰো দৌল গোবিন্দৰ দৌল উৎসৱত শক্ষাধিক ভক্তৰ আগমন হ’ব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ।