Local, Vocal, Global

WATCH | Jorhat News : অসম আৰক্ষীক পুনৰ বদনাম কৰিলে যোৰহাট আৰক্ষীয়ে

যোৰহাট,১৩মাৰ্চ : অসম আৰক্ষীক পুনৰ বদনাম কৰিলে যোৰহাট আৰক্ষীয়ে।

যোৰহাট সদৰ আৰক্ষীৰ অভিযুক্ত পৰা টকা বিচৰা কৌশল দেখিলে আপোনালোকো হ’ব আচৰিত ।

অভিযুক্তক থানাৰ ভিতৰত বহাই বাহিৰত টকা বিচাৰে অভিযুক্ত পৰিয়ালক।

এয়া হৈছে যোৰহাট সদৰ থানাৰ সন্মুখৰ দৃশ্য(Jorhat News)।

যোৰহাট সদৰ থানাৰ ভিতৰত ৮ জন কৈ অভিযুক্তক এক গোচৰৰ ভিত্তিত সোধপোছৰ বাবে বহাই থোৱা হৈছে ।

অভিযুক্ত কেইজনক সোধপোছ কৰা আৰক্ষী বিষয়া গৰাকীয়ে এজন আৰক্ষী কনিষ্টবলক পৰিয়াল বৰ্গ কাষলৈ টকা বিচাৰি পঠাইছে ।

প্ৰতিজনে দিব লাগিব ১০০০ টকাকৈ ।

৮ জন অভিযুক্ত মুকলাই নিবলৈ লাগে লাগে ৮০০০ টকা ।

সমগ্ৰ কথোপকথন MY NEWS NE সাংবাদিকৰ কেমেৰাত হ’ল আৱদ্ধ।

লগতে পঢ়ক : WATCH | Aminul Islam : কোন সোমাইছিল বিধায়ক আৱাসত? নিশা কি ঘটিছিল বিধায়ক আমিনুল ইছলামৰ সৈতে?