Local, Vocal, Global

Watch | Local holiday declared in three districts of Assam: ৰাজ্যৰ তিনিখন জিলাত শনিবাৰে স্থানীয় বন্ধ ঘোষণা

গুৱাহাটী: ৰাজ্যৰ তিনিখন জিলাত শনিবাৰে স্থানীয় বন্ধ ঘোষণা।জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ,বৰপেটা জিলাত ১৫ মাৰ্চত শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা। ১৪, ১৫ আৰু ১৬ মাৰ্চত বন্ধ থাকিব তিনিখন জিলা। কামৰূপ মহানগৰ, কাছাৰ আৰু বৰপেটা জিলাত চৰকাৰী বন্ধ। আনফালে ১৬ মাৰ্চত দেওবাৰে হোৱা বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ১৫ মাৰ্চ শনিবাৰে বৰপেটা জিলাত স্থানীয় বন্ধ ঘোষণা। শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰ। বৰপেটা জিলা আয়ুক্ত ঘোষণা কৰিছে স্থানীয় বন্ধ। দৌলযাত্ৰাৰ বাবে শনিবাৰ অৰ্থাৎ ১৫ মাৰ্চত কামৰূপ মহানগৰ আৰু কাছাৰ জিলাতো স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ।