WATCH | Daul festival : দৌল উৎসৱ উপলক্ষে অভয়াপুৰীত ৰঙৰ সমাহাৰ

অভয়াপুৰী,১২মাৰ্চ : দৌল উৎসৱলৈ মাজত এটা দিন।
দৌল উৎসৱ উপলক্ষে অভয়াপুৰীত ৰঙৰ সমাহাৰ(Daul festival)।
অভয়াপুৰী বজাৰত বিভিন্ন ৰঙৰ ফাকুৱাৰ পয়োভৰ।
লগতে পঢ়ক : WATCH | Large quantity of ganja seized: জাগীৰোড আৰক্ষীৰ জালত কুখ্যাত গাঞ্জা সৰবৰাহকাৰী