WATCH | Road Accident : ট্ৰাকে মহতিয়াই নিলে কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠান

কলিয়াবৰ,১১মাৰ্চ : পুৱতি নিশা কলিয়াবৰ হাটবৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
জখলাবন্ধা দিশৰ পৰা অহা AS-01-NC-0195 নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিলে কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠান।
পথৰ কাষত থকা এজোপা গছত খুন্দা মাৰে বাহনখন(Road Accident)।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালক-হেন্দিমেন।