WATCH | Road Accident : মালভৰ্তি ট্ৰাকত খুন্দা প্ৰচণ্ড বেগেৰে অহা পিক আপ ভেনৰ;নিহত শ্ৰমিক
হাটশিঙিমাৰী,১১মাৰ্চ : মেঘালয়ৰ সেউৰাগুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
মেঘালয়ৰ সেউৰাগুৰীত আজি পুৱাই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident)।
মালভৰ্তি ট্ৰাকক পিছফালৰ পৰা প্ৰচণ্ড বেগেৰে অহা পিক আপ ভেনে খুন্দিয়াই।
ফলত থিতাতে নিহত হয় পিক আপ ভেনত থকা এগৰাকী শ্ৰমিক ।
জানিব পৰা মতে নিহত শ্ৰমিক গৰাকী খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত খাৰুৱাবান্ধা গাঁৱৰ ৰহিম বাদসাহ (৩০)।
লগতে পঢ়ক :WATCH | Hatsingimari News : বাঘাপাৰাৰ বৌবজাৰত কালাপানী আৰক্ষীৰ অভিযান