Watch | Rangia News : ৰঙিয়াত বিশ্ব শান্তিৰ বাবে একনাম সংকীৰ্ত্তন মহোৎসৱ

ৰঙিয়া,১০মাৰ্চ : ৰঙিয়া সমজিলাৰ অন্তৰ্গত বৰকুকুৰীয়া গোপাল থান প্ৰাংগনত বিশ্ব শান্তিৰ বাবে একনাম সংকীৰ্ত্তন মহোৎসৱ।
৯ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে একনাম সংকীৰ্ত্তন মহোৎসৱ(Rangia News)।
লগতে পঢ়ক :Watch | Students protest : চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ