Local, Vocal, Global

WATCH | Assam Gaurav Award : কলিয়াবৰৰ ’চৰেন আহেম’ নামৰ কাৰ্বি জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ ৰেস্তোৰাঁখনলৈ ’অসম গৌৰৱ’ বঁটা

কলিয়াবৰ,১০মাৰ্চ : কলিয়াবৰৰ ’চৰেন আহেম’ নামৰ কাৰ্বি জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ ৰেস্তোৰাঁখনলৈ ’অসম গৌৰৱ’ বঁটা।

কলিয়াবৰৰ নতুন দাংগা ত অৱস্থিত আছে বিশেষ থলুৱা খাদ্যৰ ৰেস্তোৰাঁ খন(Assam Gaurav Award)।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা গাঁও খন এসময়ত চোৰাং চিকাৰীৰ আশ্ৰয়স্থল আছিল।

অৱশেষত গাঁৱখনৰ লোকসকলক লগত লৈ স্থানীয় বিধায়ক,বন বিভাগ আৰু আৰক্ষীৰ বৰ মুৰীয়া সকলক লগত লৈ সৃষ্টি হৈছিল নতুন দাংগা “ইক ডেভেলপমেণ্ট চচাইটি” আৰু চৰেন আহেম নামৰ বিশেষ ৰেস্তোৰাঁ।

লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰত ‘বিহু সুৰক্ষা সমিতি,অসম”ৰ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন