Local, Vocal, Global

WATCH | Nagaon News : নগাঁৱৰ ৰসৰাজ বেজবৰুৱা মঞ্চত ব্ৰাহ্মণগাঁওত সংগীতমৰ উদ্যোগত ভূপেন্দ্ৰ মেল ২ ৰ আয়োজন

নগাঁও, ১০মাৰ্চ : নগাঁৱৰ ৰসৰাজ বেজবৰুৱা মঞ্চত ব্ৰাহ্মণগাঁওত সংগীতমৰ উদ্যোগত ভূপেন্দ্ৰ মেল ২ ৰ আয়োজন ।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আগন্তুক শতবৰ্ষ জন্ম জয়ন্তী উপলক্ষে ভূপেন্দ্ৰ মেলৰ ২ ৰ আয়োজন কৰা হয়।

উল্লেখ্য যে অনুষ্ঠানটি নৱপ্ৰজন্ম সকলৰ কাৰণে এটি মঞ্চ প্ৰদান কৰা হয়(Nagaon News)।

লগতে উক্ত অনুষ্ঠানটিত বহু গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানটি জিপাল কৰি তোলে।

লগতে পঢ়ক : WATCH | Jamugurihat Theft: ৰঙাপৰাৰ পাগলাবিলৰ পৰা চুৰি হোৱা পাম্প মেচিনসহ চোৰ আটক