Local, Vocal, Global

WATCH | Sonapur News : সোণাপুৰত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল

সোণাপুৰ,১০ মাৰ্চ : মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ মন্তব্যৰ বিৰুদ্ধে সোণাপুৰত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল(Sonapur News)।

সদৌ তিৱা ছাত্ৰ সন্থা , তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা,তিৱা সাংস্কৃতিক সমাজ আৰু সদৌ তিৱা সুৰক্ষা সমিতিয়ে সোণাপুৰত একগোট হৈ সংবাদমেল যোগে প্ৰত্যুত্তৰ দিয়ে মৰিগাঁওৰ বিধায়ক গৰাকীক।

লগতে পঢ়ক: WATCH | Sipajhar News : ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট