Local, Vocal, Global

WATCH | Dibrugarh News : ডিব্ৰুগড়ত জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও টাইপাৰ

ডিব্ৰুগড়,১০মাৰ্চ : ডিব্ৰুগড়ত জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও টাইপাৰ ।

জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ মৰ্যাদা প্ৰদানৰ দাবী ।

টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত প্ৰতিবাদ(Dibrugarh News)।

বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল ।

২৬’ৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা দাবী ।

জনজাতিকৰণ নহ’লে বিজেপিৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ কৰাৰ হুংকাৰ।

লগতে পঢ়ক : WATCH | Elephant menace in Jagiroad: জাগীৰোডৰ পশ্চিম নগাঁৱত বন্যহস্তীৰ তাণ্ডৱ