Local, Vocal, Global

WATCH | Gossaigaon News: হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সাপটগ্ৰামৰ কদমতলা অঞ্চল

গোসাইগাঁও,১০মাৰ্চ : হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সাপটগ্ৰামৰ কদমতলা অঞ্চল ।

ৰাজহুৱা নামঘৰ কদমতলা ২২ তম বার্ষিক পালনাম মহোৎসৱ উপলক্ষে সমগ্র অঞ্চলটোত ভক্তিভৰা পৰিবেশ ।

ৰাজহুৱা নামঘৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বার্ষিক পালনাম ভাগি(Gossaigaon News)।

নামপ্রসংগ, ধর্মালোচনী সভা, সাধাৰণ সভা আদি বিভিন্ন কার্যসূচী ৰূপায়ণ কৰে ।

ধুবুৰীৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভকত- বৈষ্ণৱৰ সমাগম হ’ব এই পালনামথলীত ।

আজিৰে পৰা অন্তিম এই কাযসূচী বুলি কমিটিৰ ফালৰ পৰা জানিবলৈ দিয়ে ।

লগতে পঢ়ক :WATCH | Udalguri News: ওদালগুৰিৰ ৰৌতাত UPPL দলৰ সমূহীয়া ইফতাৰ আৰু দুৱাৰ অনুষ্ঠানৰ আয়োজন