Watch | Your YouTube channel may be banned: নিষিদ্ধ হ’ব পাৰে আপোনাৰ ইউটিউব চেনেলটো
গুৱাহাটী: নিষিদ্ধ হ’ব পাৰে আপোনাৰ ইউটিউব চেনেলটো।কঠোৰ হৈছে ইউটিউব। ১৯ মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম।বিভিন্ন ভুৱা এপ আৰু জুৱাৰ প্ৰচাৰ চলালে পৰিব বিপদত।জুৱাৰ এপ আৰু ৱেবছাইটৰ প্ৰচাৰ কৰা ইউটিউব চেনেল নিষিদ্ধ কৰা হ’ব। ইউটিউব ভিডিঅ’সমূহৰ ওপৰত বয়সৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব। সমাজ সজাগতামূলকভাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ ইউটিউবৰ। ইউটিউব ভিডিঅ’সমূহৰ ওপৰত বয়সৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব। ইউটিউবে বিষয়বস্তুক লৈ আনিলে এই কঠোৰ নিয়ম।