Local, Vocal, Global

WATCH | Ashok Singhal : চৰকাৰী চিকিৎসালয়ৰ ঔষধ সন্দৰ্ভত স্বাস্থ্য মন্ত্রী অশোক সিংহালৰ ডাঙৰ মন্তব্য

নিউজ ডেস্ক,৯মাৰ্চ : চৰকাৰী হাস্পতালত ঔষধ নোপোৱাক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।

চৰকাৰী হাস্পতালৰ ঔষধৰ ক্ষেত্ৰত চৰকাৰে লৈছে কঠোৰ পদক্ষেপ।

স্বাস্থ্য বিভাগে মুকলি কৰিছে বিশেষ নম্বৰ(Ashok Singhal)।

চিকিৎসকে লিখা ঔষধ নাপালে অভিযোগ দিয়ক বিশেষ নম্বৰত।

ৰোগীৰ সুবিধাৰ্থে বিশেষ হোৱাটছএপ নম্বৰ মুকলি কৰিলে চৰকাৰে।

98645-41430 নম্বৰত হোৱাটছ এপযোগেদিব পাৰিব অভিযোগ।

ৰোগীয়ে বাহিৰৰ পৰা ঔষধ কিনিব লগা হ’লে বিপদত পৰিব চিকিৎসক।

ব্যক্তিগত মুনাফাৰ বাবে চিকিৎসকে লিখিব নোৱাৰিব দামী ঔষধ।

চৰকাৰে ধাৰ্য কৰি দিয়া প্রতিটো ঔষধ থাকিব লাগিব চৰকাৰী চিকিৎসালয়ত।

ঔষধ নাথাকিলে বিভাগীয় বিষয়াৰ ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা।

আগন্তুক সময়ত ৰাজ্যত হ’ব অধিক উন্নত মানৰ স্বাস্থ্য ব্যৱস্থা।

চৰকাৰী হাস্পতালৰ ঔষধৰ ক্ষেত্ৰত চৰকাৰে লৈছে কঠোৰ পদক্ষেপ।

চৰকাৰী চিকিৎসালয়ৰ ঔষধ সন্দৰ্ভত স্বাস্থ্য মন্ত্রী অশোক সিংহালৰ ডাঙৰ মন্তব্য।

ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত থাকিব লাগিব পর্যাপ্ত ঔষধ।

লগতে পঢ়ক : WATCH | Duliajan News: দুলীয়াজানৰ নগাজানত তৈলখাদত ভয়ংকৰ বিস্ফোৰণ