Local, Vocal, Global

WATCH | Duplicate EPIC : আপোনাৰ ভোটাৰ কার্ডখন ভুৱা নেকি?

নিউজ ডেস্ক,৯মাৰ্চ : ভোটাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ।

আপোনাৰ ভোটাৰ কার্ডখন ভুৱা নেকি?

ভুৱা ভোটাৰ কাৰ্ডক লৈ কঠোৰ পদক্ষেপ নিৰ্বাচন আয়োগৰ।

ভুৱা ভোটাৰ কাৰ্ডক চিনাক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ।

দেশত প্রযোজ্য হ’ব ভোটাৰৰ একক নম্বৰ।

একেখন ভোটাৰ পৰিচয় পত্ৰত একাধিক নাম থকাৰ অভিযোগ।

দেশত নোহোৱা হ’ব ডুপ্লিকেট ভোটাৰ।

ইপিআইচি (EPIC)নম্বৰৰ সমস্যা(Duplicate EPIC)।

নকল ভোটদাতা ফটো পৰিচয় পত্র অর্থাত্ ইপিআইচি নম্বৰৰ সমস্যা।

অহা ৩ মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে নির্বাচন আয়োগে।

এতিয়াৰে পৰা নির্দিষ্ট ভোটকেন্দ্রত নাম উল্লেখ থকা ভোটদাতাইহে সেই কেন্দ্রটোত ভোটদান কৰিব পাৰিব।

অহা ৩ মাহৰ ভিতৰত ডুপ্লিকেট #EPIC নম্বৰৰ দশকজুৰি চলি থকা সমস্যাটো সমাধান কৰিবলৈ।

নিৰ্বাচনী তালিকা উন্নীতকৰণ DEO & ERO ৰ অধীনত নিৰন্তৰ ৰাজহুৱা আৰু ৰাজনৈতিক দলসমূহৰ অংশগ্ৰহণেৰে কৰা হয়।

লগতে পঢ়ক :WATCH | Mushalpur News : বাক্সাৰ মুছলপুৰত গণ সুৰক্ষা পাৰ্টিৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন